এখন হাস্যমধুৰ চুটি ছবি 'কৰ'ণাসুৰ' - চুটি ছবি কৰ'ণাসুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7171492-thumbnail-3x2-1.jpg)
চতিয়াত কৰ'ণা ভয়াৱহতাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ হৈছে কৰ'ণাসুৰ নামৰ এখন চুটি ছবি ৷ ইতিহাস প্ৰসিদ্ধ শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইগৰাকীমান ন-পুৰণি শিল্পীয়ে স্বৰ্গৰ এটা কল্প কাহিনীৰে কৰ'ণা সংক্ৰমণ ৰােধ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এখন হাস্যমধুৰ চুটি ছবি নির্মাণৰ কাম হাতত লৈছে । শিল্পী,অভিনেতা শৈলেন বৰকটকীৰ কাহিনী, চিত্রনাট্য আৰু পৰিকল্পনাৰে প্ৰস্তুত কৰা চুটি ছবিখনৰ পৰিচালনা মানস বৰাৰ। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰে ছ'চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে।