ভতিজাকৰ প্ৰহাৰত খুৰীয়েকৰ মৃত্যু

By

Published : Jul 14, 2021, 10:30 PM IST

thumbnail
কৰিমগঞ্জৰ ৰাতাবাৰীত নৃশংস হত্যাকাণ্ড । ভতিজাকে লোৰ ৰডে মৰিয়াই হত্যা কৰিলে নিজ খুড়ীয়েকক ৷ ঘটনাটো সংঘটিত হৈছে ৰাতাবাড়ি সমষ্টিৰ অলিভিয়াছৰা চাহ বাগিছাত। পৰিয়াল কেন্দ্ৰিক অশান্তিৰ বাবে খুড়ীয়েকে ভাত ৰান্ধি থকাৰ সময়তে লোৰ ৰডেৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে ভাতিজা সুদৰ্শন ৰবিদাসে । সংকটজনৰ অৱস্থাত মহিলাগাৰীক হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.