আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ সবাতোকৈ কনিষ্ঠতম প্ৰাৰ্থী কোকৰাঝাৰৰ বিৰাজ ডেকা - KOKRAJHAR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2887866-371-cf96d370-dd69-4741-b710-8cccc706403e.jpg)
ছাত্ৰাৱস্থাৰে পৰা ৰাজনীতিৰ সৈতে জড়িত বিৰাজ ডেকাৰ অনুভৱ যুৱ প্ৰজন্মই দেশৰ ৰাজনীতিলৈ আগবাঢ়ি আহিব লাগে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে ৷বিৰাজ ডেকাৰ মতে সুস্থ গণতন্ত্ৰৰ বাবে বৰ্তমান উঠি অহা নৱপ্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু বৰ্তমানৰ শাসকীয় দলৰ প্ৰতি জনতা অতীষ্ঠ হোৱাৰ বাবেই তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কোকৰাঝাৰৰ ৰাইজে তেওঁক এইবাৰ বিপুল ভোটত জয়ী কৰাব বুলি তেওঁ যথেষ্ট আশাবাদী ।
Last Updated : Apr 3, 2019, 2:43 PM IST