কপিলী নদীত বন্যহস্তীৰ জলকেলিৰ নান্দনিক দৃশ্য - নান্দনিক দৃশ্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13481911-thumbnail-3x2-hjhshs.jpg)
কপিলীৰ তীৰত হস্তী-হস্তীনিৰ বিনোদন ৷ বন্যহস্তীৰ জলকেলিৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল হোজাইত ৷ ফৰমাপাৰৰ কপিলী নদীৰ এই নান্দনিক দৃশ্যই আকৰ্ষিত কৰিলে সকলোকে ৷ কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল বন্যহস্তীৰ জাকটো ৷