ডিব্ৰুগড়ৰ তৰুণ প্ৰজন্মৰ মনৰ কথা

By

Published : Apr 1, 2019, 5:36 AM IST

Updated : Apr 1, 2019, 6:02 AM IST

thumbnail
যুৱ প্ৰজন্মই এটা জাতিৰ শক্তি ৷ দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰণত যুৱ প্ৰজন্মই পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ আৰৱীয় বসন্তৰ পৰা অসম আন্দোলনলৈকে-ইতিহাসৰ পাতে পাতে সময় আৰু সমাজ সলনি কৰা বহু অধ্যায়ৰ আঁৰত আছে তৰুণ তেজ ৷ দেশত এতিয়া গণতন্ত্ৰৰ উৎসৱ-পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়া ৷ জনসংখ্যাৰ দিশেৰে বিশ্বৰ দ্বিতীয় স্থানত থকা ভাৰতত যুৱ প্ৰজন্মৰ ভোটাৰসকলৰ চিন্তা-চেতনাই জনমত গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ডিব্ৰুগড় চহৰৰ তেনে একাংশ তৰুণে নিৰ্বাচনকলৈ তেওঁলোকৰ আশা-প্ৰত্যাশা ব্যক্ত কৰিছে ইটিভি ভাৰতৰ সন্মুখত ৷
Last Updated : Apr 1, 2019, 6:02 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.