thumbnail

By

Published : Aug 16, 2021, 7:06 PM IST

ETV Bharat / Videos

বঙাইগাঁৱত উৎযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস

দেওবাৰে দেশ তথা ৰাজ্যজুৰি পালন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ অভয়াপুৰীত উত্তৰ শালমাৰা মহকুমাত মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীয়ে, বঙাইগাঁৱত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু মাণিকপুৰত মাণিকপুৰ মহকুমাৰ ৰাজহ চক্ৰ বিষয়া ৰীতিমনী দাসে পতাকা উত্তোলন কৰে । আন বছৰৰ দৰে এইবেলি দিনযোৰা কাৰ্যসূচী যেনে, সামৰিক বাহিনী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পেৰেডৰ পৰিৱৰ্তে মাত্ৰ কিছু সংখ্যক সামৰিক বাহিনীৰে পেৰেড কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে দেওবাৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.