thumbnail

By

Published : Oct 15, 2021, 4:35 PM IST

ETV Bharat / Videos

গুৰুজনাৰ আবিৰ্ভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠপুৰিলৈ পৰিণত সত্ৰ নগৰী

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠপুৰিলৈ ৰূপান্তৰ হৈছে সত্র নগৰী মাজুলী । মাজুলীৰ ৩৫ খন আৰু চাৰি শতাধিক নামঘৰ আৰু ১৫ খনতকৈ অধিক ৰাজহুৱা স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হৈছে ৷ ক'ভিড সৃষ্ট পৰিবেশৰ বাবে যোৱা বছৰত উদযাপন কৰিব নোৱাৰিলেও, এই বছৰৰ পৰিস্থিতি উন্নত হোৱাৰ বাবে গুৰুজনাৰ জন্মজয়ন্তী উলহ-মালহেৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে মাজুলীবাসীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.