Manipur ambush: সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ চৰকাৰী চাকৰি সহ 50 লাখ টকা সাহাৰ্য - ন্ত্ৰী ইউজি ব্ৰহ্ম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13632567-thumbnail-3x2-kdkd.jpg)
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়ালবৰ্গলৈ চৰকাৰৰ ফালৰ পাৰ আগবঢ়োৱা হ'ব 50 লাখ টকাৰ সাহাৰ্য ৷ লগতে পৰিয়ালৰ এজনক যোগ্য হিচাপে দিয়া হ'ব চৰকাৰী চাকৰি ৷ দেওবাৰে বিয়লি সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে মন্ত্ৰী ইউজি ব্ৰহ্মই ৷ উল্লেখ্য যে, মন্ত্ৰী ইউজি ব্ৰহ্মৰ লগতে ৰাকেশ ব্ৰহ্ম, শীৰ্ষ পৰ্যায়ৰ আৰক্ষী আৰু সেনা বিষয়া শ্বহীদ পৰিয়ালৰ ঘৰত উপস্থিত হৈ দুখৰ সমভাগী হয় ৷