COVID-19ৰ সামূহিক সংক্ৰমণ ৰোধৰ বাবে শিলচৰ প্ৰশাসনে ছীল কৰিলে বৃহৎ অঞ্চল - শিলচৰত শিশুসহ একেটা পৰিয়ালৰে 4 জন লোক আক্ৰান্ত COVID-19ত
🎬 Watch Now: Feature Video
শিলচৰত একেটা পৰিয়ালৰে 9 বছৰীয়া শিশুসহ 4 জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ ৰাজস্থানৰ পৰা বাছেৰে অসমলৈ আহিছিল পৰিয়ালটো । লোক কেইজনৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে জিলা প্ৰশাসনে তেওঁলোক থকা এলেকাটো ছীল কৰি দিয়ে ৷