16 জুনত বিশ্বকাপৰ মহাৰণঃ সন্মুখত চিৰবৈৰী পাকিস্তান - VIRAT KOHLI
🎬 Watch Now: Feature Video

বিশ্বকাপ ক্ৰিকেট বুলিলেই ক্ৰীড়া প্ৰেমীৰ মাজত ব্যাপক উকৎণ্ঠা৷ যদি মেচখন ভাৰত-পাকিস্তানৰ হয় তেন্তে কথাই সুকীয়া ৷ যেন এখন যুদ্ধক্ষেত্ৰহে ৷ ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ উদ্দীপনা হৈ পৰে দুগুণ ৷
Last Updated : Jun 14, 2019, 10:12 PM IST