সমুখ সমৰত ৰাজস্থান আৰু পাঞ্জাৱঃ চাওক ইটিভি ভাৰতৰ IPL বিশেষ - আই পি এলৰ দ্বাদশ সংস্কৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2790471-132-8b72e72c-6247-4ba7-8fa7-b4402b6c7d33.jpg)
সোমবাৰে আই পি এলৰ দ্বাদশ সংস্কৰণৰ চতুৰ্থখন মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ । জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ কোনটো দল কিমান শক্তিশালী তাৰ বাবে চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান 'আই পি এল বিশেষ'