আই পি এল পইণ্টছ টেবুল - চেন্নাই চুপাৰ কিংছ
🎬 Watch Now: Feature Video

দেওবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু হাতত পৰাস্ত হয় চেন্নাই চুপাৰ কিংছ ৷ পৰাজয়ৰেও পইণ্টছ টেবুলৰ শীৰ্ষত আছে চেন্নাই চুপাৰ কিংছ ৷ আনহাতে Orange কেপ লাভ কৰি আছে ডেভিদ ৱাৰ্ণাৰে । ইপিনে Purple কেপৰ শীৰ্ষত আছে কাগিছ ৰাবাডা । বৰ্তমান পইণ্টছ টেবুলৰ ক্ৰম হৈছে এনেধৰণৰ..