হাস্পতালৰ পৰা কি ক'লে অমিতাভ বচ্চনে ? - বিগ বি বচ্চনৰ এটা বিশেষ ভিডিঅ'
🎬 Watch Now: Feature Video
শেহতীয়াকৈ যথেষ্ট ভাইৰেল হৈছে নানাৱতী হাস্পতালৰ পৰা বিগ বি বচ্চনৰ এটা বিশেষ ভিডিঅ' ৷ য'ত মেগাষ্টাৰ গৰাকীয়ে নানাৱতী হাস্পতালৰ প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক কৃতজ্ঞতা জনাইছে ৷ লগতে এই মহামাৰীৰ সৈতে সমুখ সমৰত যুঁজ দি থকা প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক ভগৱান আখ্যা দিছে অভিনেতাগৰাকীয়ে ৷