দুবাৰাৰ শ্বুটিং 23 দিনত সম্পূৰ্ণ কৰিলে তাপসী পান্নুৱে - taapsee-wraps-up-dobaaraa-in-23-days-says-not-a-regular-anurag-kashyap-film etv bharat news

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 22, 2021, 2:23 PM IST

অভিনেত্ৰী তাপসী পান্নু আৰু অনুৰাগ কাশ্যপে তেওঁলোকৰ আহিবলগীয়া ছবি দুবাৰাৰ শ্বুটিং ইতিমধ্যে শেষ কৰিছে ৷ অভিনেতা জনে সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰিছে ৷ অভিনেত্ৰী তাপসী পান্নু আৰু অনুৰাগ কাশ্যপে তেওঁলোকৰ আহিব লগীয়া ছবি খন মাত্ৰ 23দিনত প্ৰযোজনা সম্পূৰ্ণ কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে ফেব্ৰুৱাৰীত তেওঁৰ আগন্তুক ছবি অনুৰাগৰ নতুন বয়সৰ থ্ৰিলাৰ দুবাৰাৰ শ্বুটিং আৰম্ভ কৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.