চাৰা-ইব্ৰাহিমৰ শৈশৱৰ ফটোৰে স্মৃতি ৰোমন্থন চাবা আলী খানৰ - ছেইফ আলী খান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12061681-thumbnail-3x2-s.jpg)
অভিনেতা ছেইফ আলী খানৰ দ্বিতীয় ভগ্নী চাবা আলী খানে মঙলবাৰে ভতিজী চাৰা আলী খান আৰু ভতিজা ইব্ৰাহিম আলী খানৰ সৰুকালৰ ফটো শ্বেয়াৰ কৰে ৷ ইনষ্টাগ্ৰামযোগে চাবাই শ্বেয়াৰ কৰা চাৰা-ইব্ৰাহীমৰ শৈশৱৰ ফটোকেইখন চাবাই তোলা বুলি তেওঁ সদৰি কৰে ৷ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা ফটোখনত চাবাই ভতিজী চাৰাক কণমানি মাক বুলি উল্লেখ কৰিছে ৷