thumbnail

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক সমৰ্থন প্ৰিয়ংকা ভৰালীৰ

By

Published : Apr 5, 2020, 7:55 PM IST

লক ডাউনৰ সময়ত চৰকাৰী নীতি নিৰ্দেশনা মানি চলি এগছি চাকি জ্বলাবলৈ আহ্বান প্ৰিয়ংকা ভৰালীৰ। নিজৰ ঘৰৰ পদূলিত অথবা বেলকনিত চাকি মম অথবা ম'বাইল ফ্লেছ লাইট জ্বলাই সামূহিক শক্তিৰ প্ৰদর্শনৰ লগতে এই দুৰ্যোগৰ সময়ত আমাৰ মাজত থকা অন্ধকাৰ সমূহ আঁতৰ কৰিবলৈ সকলোকে এই আহ্বানৰ প্ৰতি সমৰ্থন জনাবলৈ অনুৰোধ কৰে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.