Paris Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক - ঐশ্বৰ্যৰ ৰেম্প ৱাক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 4, 2021, 2:06 PM IST

দেওবাৰে L'Oréal Runway Showৰ 50 তম বাৰ্ষিকীত উপস্থিত থকা এ-লিষ্টাৰসকলৰ ভিতৰত আছিল Bollywood Diva ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan) । ঐশ্বৰ্যৰ সৈতে স্বামী অভিষেক বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনকো দেখিবলৈ পোৱা গৈছিল ৷ দুবছৰৰ অন্তত এইদৰে ফেশ্বন শ্ব’ত ভাগ ল’বলৈ পাই সুখী অনুভৱ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ পেৰিছত অনুষ্ঠিত হোৱা L'Oréal Fashion Weekত ভাগ লয় মিছ ৱৰ্ল্ড ঐশ্বৰ্যই ৷ পিন্ধনত তেওঁক এটা বগা ৰঙৰ গাউন পিন্ধা পৰিলক্ষিত হৈছে ৷ চাওক এই বিশেষ ভিডিঅ’টি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.