মুম্বাইৰ অলিয়ে গলিয়ে ৰণবীৰ-তামান্না - ন'ৰা ফাতেহী
🎬 Watch Now: Feature Video

মুম্বাইৰ বিমানবন্দৰত বলীউডৰ অভিনেতা ৰণবীৰ সিং বন্দী কেমেৰাৰ লেন্সত ৷ আনহাতে, নুৰা ফতেহীকো চহৰখনত দেখা গৈছে । তামান্না ভাটিয়াই আকৰ্ষণীয় গ্লেমাৰাছ পোছাক পৰিধান কৰি ধৰা দিয়ে কেমেৰাৰ লেন্সত ৷