thumbnail

মাজনিশা প্ৰচণ্ড বৰষুণত আৱদ্ধ মিকা সিং-আকাংক্ষা পুৰী

By

Published : Jul 19, 2021, 6:50 PM IST

মায়ানগৰী মুম্বাইত অত্যধিক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত সোমবাৰে মাজনিশা আৱদ্ধ হৈ পৰে কণ্ঠশিল্পী মিকা সিং (Mika Singh) আৰু তেওঁৰ চৰ্চিত প্ৰেয়সী আকাংক্ষা পুৰী (Akanksha Puri) ৷ সোমবাৰে পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হয় এই ঘটনা ৷ মিকা আৰু আকাংক্ষা একেলগে এখন বিয়াৰ পৰা ওভতাৰ সময়তে এই সমস্যাৰ সন্মুখীন হয় ৷ অনুৰাগীসকলে দুয়োকে একেলগে বৰষুণৰ বাবে আদবাটত আৱদ্ধ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে শতাধিক লোকে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.