মলাইকাই শিকালে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কিটিপ
🎬 Watch Now: Feature Video
জনপ্ৰিয় অভিনেত্ৰী মলাইকা অৰোৰাই নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে শেহতীয়াকৈ এটা ভিডিঅ' প্ৰকাশ কৰে ৷ য'ত তেওঁ কেনেকৈ দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰি সেই বিষয়ে কৈছে ৷ অনুৰাগীসকলে শেহতীয়াকৈ যথেষ্ট পচন্দ কৰিছে তেওঁৰ এই বিশেষ ভিডিঅ'টো ৷