কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ম'বাইলে-ম'বাইলে ঋত্বিক ৰোশনৰ ভাইৰেল ভিডিঅ'! - চ'ছিয়েল মিডিয়াত ভাইৰেল
🎬 Watch Now: Feature Video

শেহতীয়াকৈ চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনৰ এটা ডাঞ্চ ভিডিঅ' ৷ য'ত অভিনেতাগৰাকীয়ে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে ৷ অভিনেতা তথা নৃত্যশিল্পী গৰাকীয়ে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ঘুংগুৰু গীতটোত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷