ইটিভি ভাৰতৰে অভিনেতা চনু চুডৰ বিশেষ সাক্ষাৎকাৰ... - ইটিভি ভাৰতৰে অভিনেতা চনু চুডৰ বিশেষ সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12124109-thumbnail-3x2-sonu.jpg)
অভিনয়ৰ উপৰিও বিগত দুটা বছৰত অভিনেতা চনু চুডে সমাজ সেৱাৰ বাবেহে অধিক সমাদৰ লাভ কৰিছে ৷ ক’ভিড মহামাৰীৰ এই ভয়াৱহ সময়ছোৱাত অভিনেতাগৰাকীয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁৰ অনুৰাগীৰ উপৰিও সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে ৷ সাধাৰণতে ছবিৰ পৰ্দাত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা অভিনেতাগৰাকীক ৰিয়েল লাইফত হিৰ’ৰ ভূমিকাত দেখিবলৈ পোৱা গৈছে ৷ চাওঁক ইটিভি ভাৰতৰে অভিনেতাগৰাকীৰ এটি বিশেষ সাক্ষাৎকাৰ...