ইটিভি ভাৰতৰ সৈতে অসমৰ জনপ্ৰিয় ছবি পৰিচালক বিশ্বজিৎ বৰা

By

Published : May 3, 2020, 8:16 PM IST

thumbnail
অসমীয়া ছবি উদ্যোগলৈ ভাল দিন ঘূৰি অহাৰ সময়তে কৰ'ণা ত্ৰাসে ত্ৰস্তমান কৰিছে পৃথিৱী ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা তথা লক্ ডাউনৰ ফলত কি হ'ব অসমীয়া ছবি উদ্যোগৰ ভৱিষ্যৎ ? পৰিচালক বিশ্বজিৎ বৰাৰ কোনকেইখন ছবিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল আৰু কি ছবিৰ কাম অসম্পূৰ্ণ হৈ ৰ'ল ? অনাগত দিনত তেওঁ কেনেকৈ কামবোৰ আগুৱাই নিব ? এই সন্দৰ্ভত ইটিভি ভাৰতক সবিশেষ জনালে অসমৰ জনপ্ৰিয় ছবি পৰিচালক বিশ্বজিৎ বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.