চপ্পক মুক্তিৰ শুভক্ষণত সিদ্ধিবিনায়ক মন্দিৰত দীপিকা - লক্ষ্মী আগৰৱালা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 10, 2020, 6:07 PM IST

মুক্তি পালে দীপিকা পাডুকনৰ ছবি চপ্পক ৷ সমগ্ৰ দেশজুৰি মুক্তি পালে এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখন ৷ শুকুৰবাৰে ছবি মুক্তিৰ দিনাই দীপিকাই ভ্ৰমণ কৰে মুম্বাইস্থিত সিদ্ধিবিনায়ক মন্দিৰত ৷ ছবি মুক্তিৰ প্ৰাকক্ষণত মন্দিৰত এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় অভিনেত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.