মিউজিক ভিডিঅ'ৰ জৰিয়তে কৰ'ণাৰ সজাগতা যুৱ শিল্পীৰ - COVID-19ৰ সজাগতামূলক মিউজিক ভিডিঅ'
🎬 Watch Now: Feature Video
মানস স্পন্দনৰ কথা আৰু পৰিকল্পনাৰে, মলাইকা কৃষ্টিৰ সংগীতেৰে কেইজনমান উদীয়মান শিল্পীয়ে নিজ ঘৰতে থাকি, ম'বাইল ফোনত ৰেকৰ্ড কৰি প্ৰস্তুত কৰি উলিয়াইছে COVID-19ৰ সজাগতামূলক এক সুন্দৰ তথা সাৱলীল গীত । মানস স্পন্দন, মলাইকা কৃষ্টি, প্ৰীতি কাশ্যপ, আৰিয়ান কৃষ্ণা আৰু নম্ৰতা নিলমে কণ্ঠ দান কৰা উক্ত গীতটো এক সুন্দৰ নৃত্যৰ দ্বাৰা উপস্থাপন কৰিছে কৰিশ্মা তৃষা হাজৰিকা আৰু জেছিকা ভূঞাই ৷