গুৱাহাটীত বলীউডৰ কন্ঠশিল্পী নীতি মোহন - Bollywood singer Niti mohan
🎬 Watch Now: Feature Video

দৈজিং উৎসৱত গীত পৰিৱেশন কৰিব বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী নীতি মোহনে ৷ সেই সূত্ৰে দুপৰীয়া ভাগত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় জনপ্ৰিয় কন্ঠশিল্পীগৰাকী ৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ নীতি মোহনে গালে অসমীয়া বিহু গান । বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কণ্ঠশিল্পীগৰাকীক আদৰণি জনাই দৈজিং উৎসৱৰ উদ্যোক্তাই । তাৰ পিছতে বিমানবন্দৰৰ পৰাই শিল্পী গৰাকী ৰাওনা হয় বঙাইগাঁৱলৈ ।