কৰিমগঞ্জত সতীৰ্থই জ্বলালে ছিদ্দিক আহমেদৰ প্ৰতিকৃতি

By

Published : Mar 31, 2022, 9:52 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
কৰিমগঞ্জত কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ (Congress workers protest against Siddique ahmed)। ইন্দিৰা ভৱনৰ সম্মুখত কংগ্ৰেছ কৰ্মীয়ে জ্বলালে ছিদ্দিক আহমেদৰ প্ৰতিকৃতি (Siddique ahmed's effigy burned in Karimganj) । ছিদ্দিক আহমেদক গাড্ডাৰ বুলি অভিহিত কৰিলে কংগ্ৰেছ কৰ্মী সকলে । সংখ্যালঘু সম্প্ৰদায়ৰ অনুভুতিক আঘাত আনিছে বুলিও অভিযোগ ছিদ্দিকৰ বিৰুদ্ধে । ছিদ্দিক আহমেদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল ইন্দিৰা ভৱন চৌহদ । ৰাজ্যসভাত নিজৰ ভোট নষ্ট কৰি বিজেপিক সহায়ৰ অভিযোগ ছিদ্দিকৰ বিৰুদ্ধে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে নিলম্বিত কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা জনক ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.