Municipal Election 2022: গহপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত ওমলা ঘৰ - election center at Gohpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 6, 2022, 5:07 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় গহপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ভোটগ্ৰহণ (Municipal election at Gohpur)। গহপুৰ মহকুমাধিপতিৰ নেতৃত্বত বয়োজ্যেষ্ঠ নাগৰিক,গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ সুবিধাৰ্থে ওমলাঘৰ নামে ভোটকেন্দ্ৰসমূহত আছুতীয়া কোঠা সজাই তুলিছে । প্ৰত্যেকগৰাকী ভোটাৰক প্ৰদান কৰা হৈছে গছৰ পুলি ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.