উজনি অসমৰ জনসাধাৰণৰ বাবে ডিব্ৰুগড়ত মুকলি হ'ল উন্নতমানৰ ডিজেটেল আধাৰ কেন্দ্ৰ - Second digital aadhar centre opens in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14872639-thumbnail-3x2-bv.jpg)
মঙলবাৰে ডিব্ৰুগড়ত গুৱাহাটীৰ পাছতে সকলো সুবিধা থকা উন্নতমানৰ দ্বিতীয়টো ডিজেটেল আধাৰ কেন্দ্ৰ মুকলি কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জয় দত্তই ( digital aadhar center in Dibrugarh ) ৷ উজনি অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ লগতে গাঁৱে-ভূঞে ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰি এক জনসচেতনতামূলক পৰিৱেশ সৃষ্টি কৰিবলৈ ইনচুৰিয়া হোটেলৰ ওপৰৰ মহলত 16টা কোঠাৰে নিৰ্মিত এই ডিজিটেল আধাৰ কেন্দ্ৰই গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST