পানী ঘোলা কৰিবলৈ একাংশই নামিছে নিৰ্বাচনী যুঁজত : সৰ্বানন্দ সোণোৱাল - পানী ঘোলা কৰিবলৈ একাংশই নামিছে নিৰ্বাচনী যুঁজত
🎬 Watch Now: Feature Video

দেওবাৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal campaigns for bjp candidate Bhuvan gam) ৷ মাজুলীৰ উপ নিৰ্বাচন(Majuli by election 2022)ত প্ৰাৰ্থীত্ব আগবঢ়োৱা বিজেপি প্ৰাৰ্থী ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মাজুলীত উপস্থিত থাকে জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাও ৷
Last Updated : Feb 3, 2023, 8:18 PM IST