বোকাখাতত বিতৰণ ৰবি শস্যৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ বীমাপত্ৰ - বোকাখাতত বিতৰণ ৰবি শস্যৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ বীমাপত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শনিবাৰে বোকাখাতত শুভাৰম্ভ কৰা হয় ৰবি শস্যৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি (PM Seed Scheme launched at Bokakhat) ৷ বোকাখাত বিধানসভা সমষ্টিত প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰণত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে মুকলি হয় প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি । জানিব পৰা মতে, বোকাখাতত ১৫৮২২ গৰাকী কৃষকে এই আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰে । শনিবাৰে বোকাখাতৰ ৮ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ক্ষতিগ্ৰস্ত কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত বীমাপত্ৰ প্ৰদান কৰে (PM Seed Insurance Scheme Insurance Card Distribution) । মৰিধনশিৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কৃষকক বীমাপত্ৰ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.