জোনাইত কৈশোৰত স্বাস্থ্যৰ যতন শীৰ্ষক কৰ্মশালা - Discussion Health care during adolescence

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 15, 2022, 1:01 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ধেমাজিৰ(National Health Mission Dhemaji)উদ্যোগত আৰু ফ্ৰণ্টিয়াৰ ইউনাইটেড হাইস্কুলৰ(Frontier United High School)সৌজন্যত বুধবাৰে বিদ্যালয় প্ৰাঙ্গনত'সফলতাৰ প্ৰথম খোজ আৰু কৈশোৰ অৱস্থাত স্বাস্থ্যৰ যতন'(Discussion Health care during adolescence)শীৰ্ষক এখনি কৰ্মশালা(Workshop on first step to success)অনুষ্ঠিত হয় । বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মশালাখনত জিলা স্বাস্থ্য মিছনৰ মিডিয়াই এক্সপাৰ্ট ডাঃ অচ্যুত গগৈ, চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মনোৰঞ্জন কাকতি, গাণনিক বিষয়া বীৰসিং বসুমতাৰী, নলিনী চুংক্ৰা প্ৰমুখ্য়ে কেইবাগৰাকী লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে । বিভাগটোৰ এনে সুন্দৰ পদক্ষেপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক মেঘনাথ টায়েই সময়োপযোগী বুলি মন্তব্য় কৰিছে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.