thumbnail

By

Published : Dec 31, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Wild elephant terror in Kaliabar: বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰবাসীয়ে

কলিয়াবৰত তীব্ৰতৰ হৈ পৰিছে বনৰীয়া হাতীৰ উপদ্ৰৱ(Wild elephants menace continuing for long time in Kaliabar) । শুকুৰবাৰে নিশা পুনৰ বৰভকতি, দুলাল মাধৱ গাঁৱৰ কেইবাঘৰো লোকৰ বাসগৃহ, ভড়াল ভাঙি তাণ্ডৱ চলালে বন‍্যহস্তীয়ে(Wild elephants destroy house in Kaliabar) । লোৰ গ্ৰীল ভঙাৰ উপৰিও দলিয়াই বাইক ভাঙিলে হাতীয়ে । ভঁড়ালৰ ধান খোৱাৰ লগতে চোতালত দলিয়াই বিস্তৰ ক্ষতি কৰে হাতীৰ জাকটোৱে । কলিয়াবৰৰ বৰভকতি, দুলাল মাধৱ, জখলাবন্ধা, সোনাৰিগাঁও, চামধৰা, কামাখ্যা আদি গাঁৱৰ ৰাইজে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বন‍্যহস্তীৰ উপদ্ৰৱৰ বাবে(Wild elephant menace in Kaliabar)। স্থানীয় বিধায়ক কেশৱ মহন্ত, বন মন্ত্ৰীৰ লগতে সংশ্লিষ্ট বিভাগক বন‍্যহস্তী খেদি পঠিওৱাৰ এক ব‍্যৱস্থা কৰিবলৈ কাতৰে আহ্বান জনাইছে ভুক্তভোগী গাঁওবাসীৰ ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.