Wild elephant roaming: ৰহাত বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী গাঁওবাসীৰ

By

Published : Dec 18, 2022, 8:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
ৰাজ্যজুৰি হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ(Wild elephant menace in Assam) । শুক্ৰবাৰৰ পৰা নগাঁও জিলাৰ ৰহাতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ(Wild elephant terror at Raha) ৷ শুক্ৰবাৰে নিশা বন্যহস্তীৰ এক বৃহৎ দলে আহি ৰহাৰ দক্ষিণ পেটবহাত ঘৰ-দুৱাৰ, খেতি-বাতি, ভড়ালঘৰ আদি নষ্ট কৰাৰ পাচত শনিবাৰৰ নিশা তাণ্ডৱ চলাই দক্ষিণ পেটবহাৰ সমীপৰ দেউবালিৰ জাকৰুৱাত ৷ শনিবাৰৰ নিশা স্থানীয় বিধায়ক, বন বিভাগ তথা আৰক্ষী প্ৰশাসনে হাতীৰ জাকটো খেদিবলে চেষ্টা কৰাৰ পাছতেই নিশাই হাতীয়ে দেউবালিৰ জাকৰুৱাত ভড়ালঘৰ, সৰিয়হৰ খেতি আদিত তাণ্ডৱ চলায় ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.