Scooty theft in Guwahati: মহানগৰীৰ বেহাৰবাৰীত স্কুটী চুৰিৰ ঘটনা - মহানগৰীৰ বেহাৰবাৰীত স্কুটী চুৰি ঘটনা
🎬 Watch Now: Feature Video
অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত গুৱাহাটী মহানগৰী(Guwahati becoming the crime hotspot) । ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হত্যা চুৰি-ডকাইতিৰ দৰে ঘটনা । এইবাৰ দিন দুপৰতে চোৰে চুৰি কৰি নিলে স্কুটী(Vehicle stolen from Bashishta in Guwahati) । বেহাৰবাৰী স্থিত এ জি কলনিৰ সমীপত ৰখাই থোৱা অৱস্থাত চোৰে চুৰি কৰি নিয়ে AS01 BK 0089 নম্বৰৰ স্কুটিখন(Scooty theft in Guwahati) । জানিব পৰা মতে বাহনখনৰ স্বত্বাধিকাৰী আছিল বেলতলাৰ ৰাণা প্ৰতাপ তালুকদাৰ । তালুকদাৰে বাহনখন মহানগৰীৰ বেহাৰবাৰী স্থিত এ জি কলনিৰ সমীপৰ ৰাখি থৈছিল । তাৰ কিছু সময় পিছতে চুৰে বাহনখন চুৰি কৰি লৈ যায় । সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে বেলতলা নিবাসী ৰাণা প্ৰতাপ তালুকদাৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST