Dead Body Recovered in Golaghat: গোলাঘাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ - DRDA Office Golaghat
🎬 Watch Now: Feature Video
গোলাঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ (Dead Body Recover in Golaghat)৷ গোলাঘাট নগৰৰ ডি আৰ ডি এ কাৰ্যালয়ৰ(DRDA Office Golaghat) সমীপৰ এখন দলঙৰ তলত উৱলি যোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মৃতদেহটোৰ পিন্ধনত এটা কামিজহে দেখা যায় ৷ লোহা-বটল বিচাৰি ফুৰা এজন যুৱকে মৃতদেহটো দেখা পাই স্থানীয় ৰাইজক অৱগত কৰে ৷ সন্দেহ কৰা অনুসৰি বিগত কেইবাদিনো ধৰি দলঙৰ তলত পৰি আছিল মৃতদেহটো (Dead Body in Golaghat)৷
Last Updated : Feb 3, 2023, 8:36 PM IST