Union Minister Sarbananda Sonowal : বদৰপুৰত হ’ব উন্নত মানৰ টাৰ্মিনাছ : সৰ্বানন্দ সোণোৱাল - সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
বাংলাদেশৰ সৈতে ব্যবসায়ীক সম্পৰ্ক ক্ষীপ্ৰতাৰে আগবঢ়োৱাৰ বাবে বদৰপুৰত হ’ব উন্নত মানৰ টাৰ্মিনাছ, বৰাক নদীত হ’ব আকৌ খনন ৷ শনিবাৰে বদৰপুৰত উপস্থিত হৈ এই কথা সদৰী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal at Barak Valley)। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অহাৰ কথা আগতিয়াকৈ জনোৱাৰ পিছতো উপস্থিত নাছিল কৰিমগঞ্জ জিলাৰ বিজেপিৰ দুই বিধায়ক কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ । অৱশ্যে উপস্থিত আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয় আৰু সাংসদ কৃপানাথ মাল্লা ।
Last Updated : Feb 3, 2023, 8:33 PM IST