Manasa Puja in Bashishtha: বশিষ্ঠত দুশবছৰ গৰকা মনসা পূজা - Manasa Puja in Bashishtha

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 31, 2023, 8:04 PM IST

গুৱাহাটী,৩১ মে': মহানগৰীৰ বশিষ্ঠৰ বাকৰাপাৰাত অনুষ্ঠিত কৰা হয় ২০০ বছৰীয়া মনসা পূজা । ২৭,২৮ আৰু ২৯ মে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই মনসা পূজা । ২৮ তাৰিখ দেওবাৰৰ পৰা অনুষ্ঠিত কৰিছিল এই পূজাৰ (Two hundred years old Manasa Puja in Bashishtha) । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পূজাখনৰ বুধবাৰে অন্তিমটো দিনত পুৱাৰ ভাগত পূজাস্থলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা (Minister Pijush Hazarika) ।  

দিনৰ ভাগত ধৰ্মীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হয় । লগতে ওজাপালি নৃত্য পৰিৱেশন কৰে (Manasa Puja in Bashishtha) । বিয়লি মা-মনসা দেৱীৰ চৰণত বলি বিধান দিয়া হয় । দুশ বছৰ গৰকা উপলক্ষে ৪ জুনৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.