মৰিগাঁৱৰ ঐতিহাসিক কৰদৈ বিলত সমূহীয়া মৎস্য চিকাৰ

By

Published : Apr 13, 2022, 3:24 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

ৰাজ্যৰ চাৰিওফালে ৰঙালী বিহুক লৈ আনন্দ-উল্লাহ (Rongali Bihu celebration in Assam)। আজি বাপতিসাহোন ৰঙালী বিহুৰ উৰুকা । উৰুকা উপলক্ষে মৰিগাঁও জিলাৰ ঐতিহাসিক কৰদৈ বিলত ৰাজহুৱা মৎস্য চিকাৰ (Traditional fishing practices in Marigaon)। হাজাৰ হাজাৰ মাছমৰীয়াৰ ভিৰ দেখা গ'ল ঐতিহাসিক কৰদৈ বিলৰ পাৰত । দীৰ্ঘদিনীয়া পৰম্পৰা অনুসৰি ব'হাগ বিহুৰ উৰুকাৰ দিনটোত এনেদৰে জিলাখনৰ দূৰ-দূৰণিৰ পৰা বহু লোকে সমূহীয়াকৈ মাছ ধৰে । সেয়ে হাতে হাতে জাল, জুলুকি, প'ল আদি লৈ মাছ ধৰিবলৈ আহিল বহু লোক । এক কথাত ক'বলৈ গ'লে পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনেদৰে বিলত নামিল পুৰুষ-মহিলা সকলো । পৰম্পৰা আৰু ৰঙালীৰ আনন্দত মুখৰিত হৈ পৰিছে কৰদৈ বিলৰ পাৰ ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.