Attempt to Rape: টীয়কত এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা তিনি লম্পটৰ - Assam rape case
🎬 Watch Now: Feature Video

টীয়কৰ জগদুৱাৰ বাগিচাত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ চেষ্টা তিনি লম্পটৰ ৷ অভিযোগ অনুসৰি যুৱতীগৰাকী ঘৰলৈ আহি থকাৰ পথতে তিনি লম্পটে চোকা অস্ত্ৰ দেখুৱাই ধৰ্ষণৰ অপচেষ্টা কৰে ৷ যুৱতীগৰাকীয়ে চিঞৰাৰ পিছতেই যুৱতীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি তিনি লম্পটক কৰায়ক্ত কৰি গতাই দিয়ে আৰক্ষীক ৷ ধৃত সুৰজিত কৰ্মকাৰ, ৰবীন ভূমিজ আৰু প্ৰভাত কৰ্মকাৰ । তিনিওকে আটক কৰি টীয়ক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷
Last Updated : Feb 3, 2023, 8:36 PM IST