Jorhat Viral Porn Video: যোৰহাটকাণ্ড; তিনি অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Jorhat Viral Porn Video

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 6, 2023, 8:12 PM IST

যোৰহাট, 6 মে’: যোৰহাটত ছাত্ৰীৰ লজ্জানত কাণ্ড ৷ যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া বৃদ্ধৰ সৈতে চক্ৰান্তৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে (Old man suicide)৷ ইয়াৰোপৰি সেই ভিডিঅ’টো পৰ্ণ ছাইটতো আপলোড কৰে ৷ সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই শুকুৰবাৰে বিয়লি আত্মহত্যা কৰে ৭২ বছৰীয়া বৃদ্ধ লোকজনে (Tense Situation at Dhekial) ৷

আৰক্ষীয়ে ইয়াৰ পাচতে ছাত্ৰীসহ ঘটনাৰে জড়িত আন দুজন ছাত্ৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাচতে ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা বহু পৰ্ণ ভিডিঅ’ আৰু বিভিন্ন ছাইটত দিয়াৰ তথ্য পোহৰলৈ আহে (Student arrested for making obscene videos) ৷  আৰক্ষীয়ে এজন ছাত্ৰৰ লেপটপ জব্দ কৰি বহুকেইটা ভিডিঅ’ আপলোড দিয়াৰ তথ্য লাভ কৰিছে। আটক হোৱা ছাত্র দুজন ক্ৰমে অভিশেষ কাশ্যপ আৰু কিশালয় শৰ্মা (3 accused students arrested) ৷ সম্প্ৰতি অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক তিনিদনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে (Three accused remanded in police custody)  ৷ 

লগতে পঢ়ক: Jorhat Suicide Case: অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.