Parkup forest office: পাৰকুপ বন বিষয়াৰ কাৰ্যালয়ত চোৰৰ তাণ্ডৱ - পাৰকুপ বন বিষয়া কাৰ্যালয়ত চোৰৰ তাণ্ডৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 12, 2022, 10:55 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

নগাঁও জিলাৰ চামগুৰিৰ নিকতৱৰ্তী তথা কাৰ্বি আংলং জিলাৰ অন্তৰ্গত পাৰকুপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত এতিয়া প্ৰতিটো নিশাই চোৰৰ টিঘিলঘিলনি(Thieves at Parkup forest officer office) । বন বিভাগৰ কাৰ্যালয়তে এতিয়া সুৰক্ষিত নহয় বন বিভাগে জব্দ কৰিবলৈ সক্ষম হোৱা মূল্যবান কাঠ, অন্যান্য সামগ্ৰী সমূহ । নিশা হ'লেই চোৰৰ হাতোৰা পৰে বন বিভাগে জব্দ কৰা বিভিন্ন সামগ্ৰীৰ ওপৰত(Theief in parkup forest office) । জব্দকৃত লক্ষাধিক টকাৰ কাঠৰ লগতে জব্দকৃত চাইকেল, যানবাহনৰ চকা পৰ্য্যন্ত চোৰে লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে । কাৰ্যালয়টোৰ ভাৰপ্ৰাপ্ত বন বিষয়া গৰাকীৰ চৰম অৱহেলা আৰু নিৰ্লিপ্ততাৰ বাবেই কাৰ্যালয়টোত দিনক দিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.