Student shot dead at Bijnor : মাজ ৰাস্তাত গুলীয়াই হত্যা কৰা হ’ল কৃষ্ণক - মাজ ৰাস্তাত গুলীয়াই হত্যা কৰা হ’ল কৃষ্ণক
🎬 Watch Now: Feature Video

উত্তৰ প্ৰদেশৰ বিজনোত অঘটন (Bijnor crime news) ৷ বুধবাৰে মাজ ৰাস্তাতে গুলীয়াই হত্যা কৰা হ’ল এজন ছাত্ৰক (Student shot dead at Bijnor) ৷ সমগ্ৰ ঘটনা বন্দী হৈছে CCTV কেমেৰাত ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Student murder at Bijnor) ৷ নিহত ছাত্ৰজন BBA ৰ প্ৰথম বৰ্ষত অধ্যয়নৰত কৃষ্ণ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে CCTV কেমেৰাৰ ফুটেজ ৷ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে চাৰিটা বিশেষ দলো গঠন কৰিছে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST