thumbnail

By

Published : Jan 4, 2023, 9:32 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

State Honorary Award: চিৰাঙৰ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ বঁটা

চিৰাঙৰ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ বঁটা(Asom Gaurav Award) । পাণবাৰীৰ ১ নং গৰকদাৰা নিবাসী সৰ্বেশ্বৰ বসুমতাৰী । অসম চৰকাৰৰ এই বঁটা লাভ কৰি গৌৰৱান্বিত হোৱা বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে আদৰ্শ কৃষকগৰাকীয়ে ৷ এই বঁটা সকলো খেতিয়কৰ বঁটা বুলি উল্লেখ কৰি সৰ্বেশ্বৰ বসুমতাৰীয়ে কয়, ‘‘ভাল খেতিয়ক হলেও সন্মান লাভ কৰিব পাৰি ৷ গতিকে অসমৰ সকলো খেতিয়কে গুৰুত্ব সহকাৰে খেতি কৰি পৰিয়ালটোক সুন্দৰকৈ পোহপাল দিব পাৰে । আমি কি কাম কৰি আছোঁ, আমি কৰি থকা খেতিটো কিমান সন্মানজনক সেই কথাটো উপলব্ধি কৰি খেতি কৰিলে খেতিয়ক ৰাইজ আগুৱাই যাব ৷’’
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.