পৱিত্ৰ ভাদ মাহ: নাম-কীৰ্তনেৰে মুখৰিত আউনীআটী নামঘৰ - ঐতিহাসিক আউনীআটী নামঘৰ
🎬 Watch Now: Feature Video
পৱিত্ৰ ভাদ মাহ উপলক্ষে মুখৰ হৈ পৰিছে ৰাজ্যৰ নামঘৰসমূহ ৷ একেদৰে ভদীয়া নামকীৰ্তনেৰে মুখৰিত হৈ পৰিছে ধেমাজিৰ আউনীআটী নামঘৰ(Spiritual month of Bhada observed in Aauniati namghar) ৷ ধেমাজিৰ বৰদলনিৰ ঐতিহাসিক আউনীআটী নামঘৰত শতাধিক আই মাতৃয়ে পহিলা ভাদৰ পৰাই নামঘৰত পৰিৱেশন কৰি আহিছে নাম-প্ৰসংগ কীৰ্তন (Historic Aauniati Namghor)৷ এমাহ জোৰা এই নামকীৰ্তনৰ জৰিয়তে সকলোৱে অপায় অমংগল দূৰ হোৱা আৰু বিশ্বত শান্তি প্ৰতিষ্ঠাৰ কামনা কৰিছে ৷ ইপিনে ভদীয়া নাম প্ৰসংগৰ বাবেই অঞ্চলটোত এইবাৰ জীয়াঢল বা কুমটীয়া নদীৰ বানৰ পৰা পৰিত্ৰাণ পোৱা বুলি ব্যক্ত কৰিলে আইমাতৃসকলে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST