Smugglers arrested with heroin: গোৰেশ্বৰত হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Smugglers arrested with heroin
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15907600-thumbnail-3x2-pin.jpg)
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation)৷ শনিবাৰে তামোলপুৰ জিলাৰ গোৰেশ্বৰত হেৰ'ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে (Smugglers arrested with heroin in Goreswar)৷ গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই বাইহাটা চাৰিআলিৰ দিশৰ পৰা অহা দুজন লোকক তালাচী চলাই লোক দুজনৰ পৰা হেৰ'ইনৰ কণ্টেইনাৰ উদ্ধাৰ কৰে (Two traffickers arrested at Goreswar)৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এখন নম্বাৰ প্লেট বিহীন স্কুটীত আহিছিল ড্ৰাগছ সৰবাৰাহকাৰী লোক দুজন ৷ ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে টাইজুল আলী আৰু নুৰ মহম্মদ আলী ৷
Last Updated : Feb 3, 2023, 8:25 PM IST