Bhagavad Path in Bishwanath: শ্ৰীকৃষ্ণ প্ৰনামী জাগনী মহোৎসৱ উপলক্ষে ৰাংছালী পীতাম্বৰ পীঠ ধামত ভাগৱত পাঠ - Six days of Bhagavad Path in Bishwanath

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 23, 2022, 11:02 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

বিহালীৰ ৰাংছালী পীতাম্বৰ পীঠ ধামত (Rangsali Pitambar Peeth Dham) একেলগে 125 গৰাকী পাঠকে পাঠ কৰিলে ভাগৱত ৷ যোৱা 6 দিনীয়া কাৰ্যসূচীৰে বিহালী সমষ্টিৰ ৰাংছালী গাঁৱত অৱস্থিত পীতাম্বৰ পীঠ ধামত শ্ৰীকৃষ্ণ প্ৰনামী জাগনী মহোৎসৱ অনুষ্ঠিত হয়(Bhagavad Path in Bishwanath) ৷ উল্লেখযোগ্য যে 1897 চনত শ্ৰী 108 পীতাম্বৰ দাসজী মহাৰাজৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰ্তমান বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাঁৱত প্ৰতিষ্ঠা কৰা ৰাধা কৃষ্ণ প্ৰনামী মন্দিৰ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তি তথা হিন্দু জাগৃতিৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হয় (Rangsali Pitambar Peeth Dham in Biswanath) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.