Assamese Bihu based Song : বিহুৰ বতৰত আপোনাক নচুৱাবলৈ মুক্তি পালে সিদ্ধাৰ্থ কাশ্যপৰ নতুন গীত - Singer Siddharth Kashyap
🎬 Watch Now: Feature Video
ভোগালীৰ উৰুকাৰ দিনাই মুক্তিলাভ কৰিলে প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী সিদ্ধাৰ্থ কাশ্যপৰ কণ্ঠত এটি বিহুসুৰীয়া গীত (New Assamese Song)৷ মুক্তিৰ লগে লগেই জনপ্ৰিয়তা লাভ কৰা গীতটোৰ কথা লুইচ প্ৰতীমৰ, সুৰ-সংগীত সিদ্ধাৰ্থ কাশ্যপৰ(Singer Siddharth Kashyap) আৰু শব্দ সংমিশ্ৰণ ৰূপম নাথৰ (Musician Rupam Nath)৷ জয়ন্ত ডেকাই বাঁহী সংগত কৰা ‘এসাগৰ মৰম’ শীৰ্ষক গীতটো ইতিমধ্যে প্ৰায়সমূহ ডিজিটেল প্লেটফৰ্মতে উপলব্ধ হৈছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST