thumbnail

Accident in Kaliabor: কলিয়াবৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল i20 বাহন

By

Published : Jan 4, 2023, 4:13 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

কলিয়াবৰৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা(Accident in Kaliabor) ৷ কলং নৈৰ দলঙৰ ওপৰত বাগৰি পৰিল আই টুৱেন্টী বাহন ৷ অন্য বাহনে আই টুৱেন্টী বাহনখনত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আই টুৱেন্টী বাহনখনৰ চালক ৷ দু্ৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR01 J 1096 ৷ উল্লেখ্য যে, বুধবাৰৰ দিনটোত কলিয়াবৰৰ ৰাজপথত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.