Shocking incident in Manas National Park: বনকৰ্মীৰ বাহনলৈ চোঁচা ল’লে এটা গঁড়ে - Rhino chased away a forest worker vehicle
🎬 Watch Now: Feature Video
মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে (Shocking incident in Manas National Park)৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহঁবাৰী ৰেঞ্জত বনকৰ্মীৰ বাহনলৈ চোচা লৈছে এটি মতা গঁড়ে ৷ প্ৰায় এশ মিটাৰলৈকে খেদি আহে মতা গঁড়টোৱে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰীক্ষত সংঘটিত হৈছে এই ঘটনা । গঁড়টোয়ে বনকৰ্মীলৈ চোচা লৈছিল যদিও বনকৰ্মীৰ বাহনখন তীব্ৰবেগত গুচি আহে (Rhino chased away a forest worker vehicle)৷ ফলত কথমপি ৰক্ষা পৰে বনকৰ্মীৰ দলটো । মানাহৰ এই প্ৰকাণ্ড গড়টোৱে চোঁচালৈ থকাৰ সময়তে বনকৰ্মীয়ে গাড়ীৰ পৰাই মোবাইল কেমেৰাত সমগ্ৰ দৃশ্য আৱদ্ধ কৰে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST